আজি কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে এখন পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ।
বৈঠকত জিলাখনৰ প্ৰতিটো বিভাগৰে কামৰ খতিয়ান লওঁ। বৈঠকত জিলাখনৰ বান-খহনীয়া সমস্যা সন্দৰ্ভত আলোচনা কৰি বান নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে...

